উত্তৰ-পূৱ মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমান নিৰুদ্দেশ By Dipshikha - June 11, 2024 123 FacebookPinterestWhatsAppPrint মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমান নিৰুদ্দেশ৷ ৰাডাৰৰ সৈতে সম্পৰ্ক ছিন্ন আফ্ৰিকাৰ দেশ মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমানৰ৷ বিমানখনত আছিল উপ-ৰাষ্ট্ৰপতি ছাউলোছ চিলিমা৷ উপ-ৰাষ্ট্ৰপতিসহ আন ৯ জন লোক আছিল সামৰিক বিমানখনত৷ বিমানখনৰ সৈতে যোগাযোগ কৰিবলৈ অহৰহ চেষ্টা৷ Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...