মাতৃসহ কৰ’না ভাইৰাছত আক্ৰান্ত হ’ল বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়া

84

মাতৃসহ কৰ’না ভাইৰাছত আক্ৰান্ত হ’ল বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়া। দুয়োকে ভৰ্তি কৰোৱা হৈছে দিল্লীৰ ছাকেটত থকা মেক্স হাস্পটালত। মাতৃ মাধৱী ৰাজে সিন্ধিয়া আৰু মধ্যপ্ৰদেশৰ গুনাৰ প্ৰাক্তন সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়াৰ শৰীৰত কভিড – ১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে এতিয়া কাৰ কাৰ সংস্পৰ্শলৈ দুয়ো আহিছিল, সেই অভিযানত নামি পৰিছে স্বাস্থ্য বিভাগৰ লোক।