ৰাজ্যত নিতৌ যৌন নিৰ্যাতনৰ ঘটনাৰ সমান্তৰাকৈ, এইবাৰ সত্ৰনগৰী মাজুলীৰ পৰা আহিছে এনে এক তথ্য ৷ পূব মাজুলীৰ বনগাঁও আৰক্ষী চকীৰ এলেকাত সংঘটিত হৈছে এই জঘন্য ঘটনা ।এগৰাকী 6 বছৰীয়া নাবালিকাক প্ৰদীপ দাস নামৰ এজন ব্যক্তিয়ে অসৎ কৰ্ম কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইতিমধ্যে নাবালিকাগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত মাজুলী থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই অভিযুক্ত প্ৰদীপ দাসক গ্ৰেপ্তাৰ কৰিছে মাজুলী আৰক্ষীয়ে ।
Latest article
বাজাজ এলিয়াঞ্জে তৎক্ষণাত, বাধাহীন জলবায়ুৰ বিপদাশংকা আৱৰণৰ বাবে আগবঢ়াইছে ক্লাইমেটছেফ
বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সে জলবায়ুৰ বিপদৰ পৰা তৎক্ষণাত সুৰক্ষা প্ৰদান কৰা ভাৰতৰ প্ৰথমটো পেৰামেট্ৰিক বীমা সামগ্ৰী ক্লাইমেটছেফ মুকলি কৰিলে। খুচুৰা গ্ৰাহক, গিগ কৰ্মী, কাৰ্যালয়লৈ...
পহিলা মে’ত গুৱাহাটীত অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান
ৰাজ্যৰ এজন বিশিষ্ট শিক্ষাবিদ, ইতিহাসবিদ, সমাজকর্মী তথা মানৱ অধিকাৰৰ অগ্ৰণী প্ৰৱক্তা , অধ্যপক শৰৎ মহন্তৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অহা ১ মে'ত অধ্যাপক...
বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে গুডনাইটে ভাৰতীয় পৰিয়ালৰ স্বাস্থ্যজনিত বিপদাশংকা সন্দৰ্ভত প্ৰকাশ কৰিছে এক সমীক্ষা...
দেশৰ ৮৭% আবাসীৰ মতে শিশুৰ নিদ্ৰাহীনতা অথবা ভালদৰে টোপনি নোহোৱাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য আৰু জীৱনধাৰাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে...