মহাৰাষ্ট্ৰৰ নতুন DGP নিযুক্তি।
IPS বিষয়া সঞ্জয় বাৰ্মা হ’ব মহাৰাষ্ট্ৰৰ নতুন DGP।
দেশৰ নিৰ্বাচন আয়োগে DGP হিচাপে নিযুক্তি দিয়ে সঞ্জয় বাৰ্মাক।
১৯৯০ বেটছৰ IPS বিষয়া সঞ্জয় বাৰ্মা।
পূৰ্বে আইন আৰু প্ৰযুক্তিৰ DG হিচাপে কৰ্মৰত আছিল বাৰ্মা।
২০২৮ৰ এপ্ৰিলত আৰক্ষী সেৱাৰ পৰা অৱসৰ ল’ব বাৰ্মাই।
পক্ষপাতৰ অভিযোগত DGP পদৰ পৰা অপসাৰণ কৰা হৈছিল ৰশ্মি শুক্লাক।