মহানগৰীৰ হাতীগাঁৱৰ নটবমাত STFৰ ড্ৰাগছ বিৰোধী অভিযান

83

মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰী মাঝাৰৰ সমীপত নটবমাত STFৰ ড্ৰাগছ বিৰোধী অভিযান ।

অভিযানত জব্দ ১৩ পেকেট হেৰ’ইন ।

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত STF এ এই অভিযান চলাই হাতে-লোটে আটক কৰে অলী দেৱী নামৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত মহিলাক ।

প্ৰায় ১৫০ গ্ৰাম ওজনৰ জব্দকৃত হেৰ’ইনখিনিৰ মূল্য ১ কোটি ২০ লাখ ।

ড্ৰাগছৰ লগতে অভিযানকাৰী দলটোৱে জব্দ কৰে নগদ ১৩০০ টকা আৰু ১ টা ম’বাইল ফোন ।