মহানগৰীৰ লাষ্টগেটত অতৰ্কিতে গুৱাহাটী পৌৰ নিগমৰ অভিযান৷ স্বচ্ছতাৰ বিধি অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ পৌৰ সভাই কেইবাজনো লোকক ধৰাৰ লগতে এখন দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰে৷ পথৰ কাষত আৱৰ্জনা জমা কৰাৰ অভিযোগত লাষ্টগেটৰ হৰিজন কলনীৰ সিং ষ্টৰ ছীল কৰাৰ লগতে পথৰ কাষত আৱৰ্জনা জমা কৰা কেইবাগৰাকী লোকক হাতে-লোটে ধৰি জৰিমনা বিহে।
