মহানগৰীৰ মালিগাঁৱৰ স্বাগত হাস্পতালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

194

মহানগৰীৰ মালিগাঁৱৰ স্বাগত হাস্পতালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।

পৰিয়ালৰ অজ্ঞাতে মৃত ব্যক্তিৰ দেহৰ পৰা পেচমেকাৰ উলিয়াই নিয়াৰ অভিযোগ।

হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে এই অভিযোগ মৃতকৰ পৰিয়ালৰ।

হাস্পতালখনতেই মৃত্যু হৈছিল হাফিজুৰ ৰহমান নামৰ লোকজনৰ।

মৃত লোকজনৰ সৎকাৰৰ সময়ত পোহৰলৈ আহে এই ভয়ংকৰ তথ্য।