মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বুল্লাত ভয়ংকৰ পথ দুৰ্ঘটনা।বায়ু সেনাত কৰ্মৰত লোকে মহটিয়াই নিলে শিক্ষাৰ্থী কঢ়িওৱা বাহনক। দুৰ্ঘটনাত থিতাতে নিহত স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা বাহনখনৰ চালক। আহত ৮জনৰো অধিক ছাত্ৰ ছাত্ৰী।নিহত হোৱা চালকজনৰ নাম ভাস্কৰ কুমাৰ।