মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কিশোৰক মাৰধৰ কৰি গাত জলকীয়া সানি দিয়াৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে শুকুৰ আলী নামৰ এজন লোকৰ বিৰুদ্ধে এই অভিযোগ উঠিছে । শুকুৰ আলীৰ ঘৰত ভুলবশতঃ প্ৰৱেশ কৰিছিল কিশোৰজনে।তাৰ পিছতেই কিশোৰটিৰ মাতৃৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত শুকুৰ আলীক গ্ৰেপ্তাৰ।
