গণৰাজ্য দিৱসৰ পুৱাই মহানগৰীত ৰহস্যজনক বিস্ফোৰণ। বেহাৰবাৰীত সংঘটিত হয় এই বিস্ফোৰণৰ শব্দ। গণৰাজ্য দিৱসৰ পুৱাই হোৱা ৰহস্য জনক বিস্ফোৰণৰ পিছতেই আতংকিত হৈ পৰিছে অঞ্চলবাসী। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰীক্ষা কৰে অঞ্চলটো।এতিয়াও স্পষ্ট হোৱা নাই বিস্ফোৰণৰ কাৰণ।
