ছোনীয়া এনক্লেভত নিশা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ।
পঞ্চম মহলাৰ চিৰিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।
মৃত যুৱকজনৰ নাম আজাৰিয়া বুলি জানিব পৰা গৈছে।
হাফলঙৰ যুৱকজনে মহানগৰীত ভগ্নীৰ সৈতে একেলগে বাস কৰিছিল ছোনীয়া এনক্লেভত।
যুৱকজনৰ মৃত্যু কিদৰে সংঘটিত হ’ল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
