মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা

440

মহানগৰীৰ আজাৰাত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত৷ NL01-AB-7689 নম্বৰৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ স্কুল বাছৰ৷ শিক্ষাৰ্থীসহ দুৰ্ঘটনাত পতিত St. Joseph Schoolৰ বাছ৷ আজাৰাৰ পৰা মিৰ্জালৈ গৈ থকা সময়ত এই দুৰ্ঘটনা৷ আহত বাছখনৰ চালকক চিকিৎসালয়ত ভৰ্তি৷