মহানগৰীত পুনৰ চলিব ব্যক্তিগত চিটীবাছ সেৱা৷ ১ জানুৱাৰীৰ পৰা বন্ধ হৈছিল ২০০ খন চিটীবাছ৷ চিটীবাছৰ মালিক সংগঠনে দ্বাৰস্থ হৈছিল আদালতৰ৷ চিটীবাছ বন্ধৰ নিৰ্দেশত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ৷