মহানগৰত হিৰোইন, নগদ ধন সহ এজনক আটক

56

গুৱাহাটী মহানগৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি শুক্ৰবাৰে গনেশগুৰিত ASO1-EM 3155 মাৰুতি চুইফট ডিজাৰাৰ পৰা অৰ্তকিতে অভিযান চলাই   নগদ ধন , হিৰোইন সহ এজন যুৱকক আটক কৰিবলৈ  সক্ষম হয় ৷ ধৃত যুৱক জন বৰপেটাৰ ফাৰুক আহমেদ ওৰফে মুখটাৰ ওৰফে চাহৰুখ আহমেদ বুলি নিশ্চিত কৰিছে ৷ ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা  হিৰোইনৰ পৰিমাণ ১২গ্ৰাম আৰু নগদ ধন ৬,৪২,৫০০ লাখ টকা ৷আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে৷ যুৱকজনক ৷