মন্ত্ৰী পীয়ূষ হাজৰিকাৰ পত্নী পুত্ৰ সহ নিৰ্বাচনী বিষয়া ওচৰত মনোনয়ন পত্ৰ দাখিল

52

৭৯ নং জাগীৰোড বিধান সভাৰ বাবে জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাৰ পত্নী পুত্ৰ সহ নিৰ্বাচনী বিষয়া ওচৰত মনোনয়ন পত্ৰ দাখিল।মনোনয়ন পত্ৰ দাখিলৰ পিছত পীয়ূষ হাজৰিকাৰ মন্তব্য পুনৰ বিজেপিৰ চৰকাৰ হ’ব। মুখ্যমন্ত্ৰী উপস্থিত হয় কয় এইবাৰ বিজেপি চৰকাৰ

          আনহাতে ৮১ লাহৰীঘাট কংগ্ৰেছ এ আই ইউ ডি এফৰ মহাজোঁট প্ৰাৰ্থী ডাঃ আচিফ নাদাৰৰ সংশ্লিষ্ট নিৰ্বাচনী বিষয়াৰ ওচৰত পিতা তথা লাহৰীঘাটৰ বিধায়ক ডাঃ নজৰুল ইছলামৰ সহ মনোনয়ন পত্ৰ দাখিল।