দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোড়িয়াক গ্ৰেপ্তাৰ। ৮ ঘণ্টা সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ ছিছোদিয়াক। সুৰা কেলেংকাৰি সন্দৰ্ভত CBI-এ জেৰা চলাইছিল ছিছোদিয়াক। ছিছোদিয়াক গ্ৰেপ্তাৰৰ পূৰ্বে প্ৰতিবাদত বহিছিল AAP নেতা-কৰ্মী। কেইবাগৰাকী নেতা-কৰ্মীকো আটক কৰিছিল আৰক্ষীয়ে।তাত কৈ ডাঙৰ খবৰ হৈছে যে অৰবিন্দ কেজৰিৱালৰ এটা টুইট এতিয়া সমগ্ৰ দেশতে খলকনিৰ সৃষ্টি কৰিছে ।