মধ্যপ্ৰদেশৰ বেটুল অঞ্চলত গছক ৰাখী পিন্ধোৱাৰ পৰম্পৰা

113

ষ্টাফৰিপৰ্টাৰ, পবিত্ৰ ৰাখী বন্ধন সোমবাৰে দেশজুৰি অনুষ্টুপিয়াকৈ পালন কৰা হয়।
ৰাখী বন্ধনৰ দিনটোত গছ ৰক্ষাৰ বাবে অভিনব সংকল্প ললে কেইজনমান আদিবাসী শিশুয়ে।গছ ৰক্ষাৰ বাবে গছক ভাতৃ জ্ঞান কৰি ৰাখী পিন্ধালে শিশুৱে। মধ্যপ্ৰদেশৰ বেটুল অঞ্চলত এই ঘটনা পৰিলক্ষিত হয়। গছক ৰাখী পিন্ধোৱা এই প্ৰথা গাঁওখনত বিগত ২২বছৰ ধৰি চলি আহিছে।এইবাৰো তাৰ ব্যতিক্ৰম ন’হল।শিশু সকলে নিজ ভাতৃৰ লগতে গছ কটাৰ সলনি সেই গছ ৰক্ষাৰ বাবে ভাতৃ জ্ঞান কৰি গছক পিন্ধালে ৰাখী। পৰিবেশ ৰক্ষাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি আহিছে গাঁৱ বাসীয়ে।