মণিপুৰত কোৰোনা আক্ৰান্ত হৈ নিহত ৰোগীৰ সংখ্যা ২২৪ জনলৈ বৃদ্ধি, যোৱা ২৪ ঘণ্টাত পুনৰ মৃত্যু ৩জনৰ

49

ডিজিটেল ডেস্ক: চুবুৰীয়া ৰাজ্য মণিপুৰত সোমবাৰে পুনৰ ১৭৮ জনৰ দেহত ধৰা পৰে কোৰোনা পজিটিভ। ইয়াৰ পিছতে ৰাজ্যখনত কোৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা ২২০৪৯ জনলৈ বৃদ্ধি পায়।

ইফালে ৰাজ্যখনত কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটিছে ২২৪ জনৰ। মণিপুৰত বৰ্তমানলৈকে ১৮৮৩২ জন কোৰোনা ৰোগী সুস্থ হৈ উঠিছে আৰু ২৯৯৩ জনৰ চিকিৎসা চলি আছে।