মণিপুৰত কোৰোনা আক্ৰান্ত হৈ নিহত ৰোগীৰ সংখ্যা ২১৪ জনলৈ বৃদ্ধি

43

ডিজিটেল ডেস্ক: চুবুৰীয়া ৰাজ্য মণিপুৰত বৃহস্পতিবাৰে পুনৰ ২১৪ জনৰ দেহত ধৰা পৰে কোৰোনা পজিটিভ। ইয়াৰ পিছতে ৰাজ্যখনত কোৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা ২১৪২৫ জনলৈ বৃদ্ধি পায়।

ইফালে ৰাজ্যখনত কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটিছে ২১৩ জনৰ। মণিপুৰত বৰ্তমানলৈকে ১৮১৪৪ জন কোৰোনা ৰোগী সুস্থ হৈ উঠিছে আৰু ৩০৬৮ জনৰ চিকিৎসা চলি আছে।