ষ্টাফৰিপৰ্টাৰ, মণিপুৰত অসম ৰাইফলচৰ জোৱানৰ ওপৰত হোৱা আক্ৰমণত শ্বহীদ হ’ল অসমৰ এজন জোৱান।বজালীৰ ঘটবৰ সাদেৰীৰ জোৱানজনৰ নাম হ’ল প্ৰণয় কলিতা। ২০০২ চনত অসম ৰাইফলচত নিযুক্তি পাইছিল প্ৰণয় কলিতাই। মৃত্যুৰ সময়ত তেওঁ দুই কন্যা শিশু সহ পত্নীক ত এৰি যায়।উল্লেখযোগ্য ,মণিপুৰৰ চান্দেলত সংঘটিত হয় এই ঘটনা। মণিপুৰৰ চাণ্ডেল জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত কৰা কূটাঘাতমূলক বিস্ফোৰণত আছাম ৰাইফলছ্ৰ জোৱান প্ৰণয় কলিতাৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ কৰে। ৰাজ্যিক মৰ্যাদাৰে আছাম ৰাইফলছ্ৰ জোৱান প্ৰণয় কলিতাৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে মুখ্য সচিবক মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশ দিয়ে।
Latest article
এইচএমডি-এ মুকলি কৰিলে সংগীতকেন্দ্ৰিক স্মাৰ্টফোন, ৰাজস্থান ৰয়েলছৰ সৈতে বৃদ্ধি কৰিলে অংশীদাৰিত্ব
হিউমেন মোবাইল ডিভাইচ(এইচএমডি)-এ বৰ্ধিত অডিঅ’ ক্ষমতা আৰু সমৰ্পিত মিউজিক কণ্ট্ৰ’ল(সংগীত নিয়ন্ত্ৰণ)ৰ সুবিধা সন্নিৱিষ্ট কৰি সংগীত অনুৰাগীসকলৰ বাবে দুটা নতুন ফিচাৰ ফোন-এইচএমডি ১৩০ মিউজিক আৰু...
জিচিপিএলে যুগান্তকাৰী উদ্ভাৱনৰ জৰিয়তে শক্তিশালী কৰিছে নিজৰ নেতৃত্ব
ভাৰতৰ উদীয়মান বজাৰ আৰু ঘৰুৱা কীটনাশক (এইচ আই) শিতানৰ আগশাৰীৰ প্ৰতিষ্ঠান গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ যুগান্তকাৰী উদ্ভাৱন আৰু শিতান সম্প্ৰসাৰণৰ জৰিয়তে নিজৰ নেতৃত্ব শক্তিশালী...
জেতুকা পাতৰ গুণা-গুণ জানেনে
জেতুকা পাতৰ গুণা-গুণ জানেনে ? ছাল আৰু চুলিৰ বাবে ই কিমান উপকাৰী ?বিহুলৈ মাজত মাথো আৰু কেইটামান দিনহে বাকী ৷ সকলোতে এতিয়া মাথো চলিছে...