মজুৰি বৃদ্ধিৰ দাবীত গোলাঘাট শালমিৰাত চাহ মজদুৰ সংঘৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

270

মজুৰি বৃদ্ধিৰ দাবীত গোলাঘাট শালমিৰাত চাহ মজদুৰ সংঘৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ,উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সকলে।

“এই জুই জ্বলিছে,জ্বলিবই”।জাক জাক শ্ৰমিক ওলাই আহি এয়া কিহৰ জুই!
প্ৰাপ্য মজুৰি বৃদ্ধিৰ দাবীত আজি গোলাঘাট শালমিৰা চাহ বাগিছাত চাহ মজদুৰ সংঘৰ উদ্যোগত তথা আটচাৰ সহজোগত জাকে জাকে চাহ মজদূৰ ওলাই আহি শালমিৰা চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l চাহ মজদুৰ লোকৰ মজুৰি বৃদ্ধি কৰক,বাগিচা কৰ্তৃপক্ষক আমাৰ দাবী মানিবই লাগিব হ আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী lআৰু শীঘ্ৰে যদি চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষই এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদ কাৰী সকলে।