মঙল গ্ৰহলৈ নাছাৰ নতুন অভিযান

60

ষ্টাফৰিপৰ্টাৰ, মঙল গ্ৰহলৈ নাছাৰ নতুন অভিযান। বৃহস্পতিবাৰে ফ্লৰিডাৰ কেনেডী স্পেইচ চেণ্টাৰৰ পৰা নাছাই মঙল অভিমুখে প্ৰেৰণ কৰিব পাৰ্ছিভিয়েৰেন্স যানখন। ১ টনতকৈ অধিক ওজনৰ এই যানখনৰ লগতে প্ৰেৰণ কৰা হ’ব এখন ৰবটচালিত হেলিকপ্টাৰ, ২৫টা বিশেষ কেমেৰা, ৰঙা গ্ৰহটোৰ শব্দগ্ৰহণৰ বাবে এটা মাইক্ৰ’ফোন আৰু আন্তঃগ্ৰহ যাতায়াতৰ প্ৰথমখন যান।