‘মই লোকসভা নিৰ্বাচনত একো কৰিব নোৱাৰিম, মই প্ৰধানমন্ত্ৰীক সকলো কথা কৈছোঁ’। লোকসভা নিৰ্বাচনত দলক সহায় আগবঢ়াব নোৱাৰে সুশীল কুমাৰ মোদীয়ে। কৰ্কট ৰোগত আক্ৰান্ত বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুশীল কুমাৰ মোদী। X-যোগে সদৰী কৰে এই কথা। বিগত ৬ মাহ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছে জ্যেষ্ঠ নেতাগৰাকীয়ে।