ভয়ংকৰ দুৰ্ঘটনা! চাৰিচকীয়া বাহনে মহতিয়াই লৈ গ’ল ৮ জনক, গুৰুতৰভাৱে আহত

91

মুম্বাইৰ ঘাটকোপাৰত গাড়ীয়ে খুন্দা মৰাৰ ফলত কমেও ৮ জন লোক আহত হয়, ইয়াৰে দুজন সংকটজনক।

প্ৰাপ্ত খবৰ অনুসৰি গাড়ীখনৰ চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

আটাইকেইজন আহতক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

বুধবাৰে দিনৰ প্ৰায় ১ বজাত সংঘটিত হয় এই ঘটনা। সেই স্থান পাৰ হৈ যোৱা আন এখন বাহনৰ কাৰ কেমত ৰেকৰ্ড কৰা হৈছে দুৰ্ঘটনাটো।