মুম্বাই, দিল্লী, ১৭ এপ্ৰিল : ক’ভিড-১৯ ভাইৰাছৰ বাবে সমগ্ৰ দেশত সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভোডাফোন আইডিয়াই প্ৰি-পেইড উপভোক্তাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে। ভোডাফোন আইডিয়া লিমিটেডে ( ভি আই এল ) অলপতে ক’ম উপাৰ্জনকাৰী উপভোক্তাৰ বাবে ১৭ এপ্ৰিল পৰ্যন্ত ভেলিডিটি বঢ়াই দিছে। তদুপৰি ১০ টকাৰ বিনামূলীয়া টকটাইম আগবঢ়াইছে।
Latest article
ভয়ংকৰ অগ্নিকাণ্ডত প্রাণ গ’ল এজনৰ
এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ'ল এজন যুৱকৰ। শুই থকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বিকাশ শৰ্মাই প্ৰাণ হেৰায়ায়। ইয়াৰোপৰি জ্যেষ্ঠ ভগ্নীৰ কথমপি প্ৰাণ ৰক্ষা...
কাজিৰঙা ভ্ৰমণ শচীন তেণ্ডুলকাৰৰ
কাজিৰঙাত সপৰিয়ালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। ডিঙিত গামোচা লৈ ভ্ৰমণ কৰিলে কাজিৰঙা । পুৱাই পৰিয়ালসহ জীপ, হাতী ছাফাৰী শচীন তেণ্ডুলকাৰৰ। কাজিৰঙাৰ নৈসৰ্গিক শোভা উপভোগ...
জনতাৰ বাবে আহিল বেয়া খবৰ
সাধাৰণ জনতাৰ বাবে এটা দুঃখবৰ । মঙলবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশত বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য । ৰাজহ বিভাগৰ এক অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ...