১৭ নৱেম্বৰত ছত্তিশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এই ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে বিজেপিৰ এগৰাকী প্ৰাৰ্থিৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ধন।
ৰাজ্যখনৰ কোৰবা জিলাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এখন গাঁৱৰ পৰা বিজেপিৰ এগৰাকী প্ৰাৰ্থিৰ পৰা জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ ধনখিনি। জানিব পৰা মতে জব্দ হোৱা নগদ ধনখিনিৰ পৰিমাণ ১১.৫০ লাখ টকা।