ভোটকেন্দ্ৰত ভোটাৰক প্ৰলোভন দিয়াৰ অভিযোগ AJP প্ৰাৰ্থী চমচেৰ সিঙৰ

67

তিনিচুকীয়া সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চমচেৰ সিঙৰ ভোটদান

লাইপুলি মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটদান কৰে সিঙে

বিজেপিৰ বিৰুদ্ধে ভোটাৰক প্ৰলোভন দিয়াৰ অভিযোগ আনে সিঙে

হিজুগুৰি ৰে’লৱে ভোটকেন্দ্ৰত প্ৰলোভনৰ দিয়াৰ অভিযোগ চমচেৰ সিঙৰ

জিলা উপায়ুক্তক বিজেপি দলৰ বিৰুদ্ধে এক অভিযোগ দাখিল