২০২৪ চনৰ নিৰ্বাচন সমাগত।যাক লৈ প্ৰস্তুতি চলিছে ৰাজনৈতিক দল সমূহত।এইবাৰ টকা পইচা বা কোনো সামগ্ৰীৰে নহয় এইবাৰ “ভয়-ভাবুকিৰে বিজেপিয়ে কোকৰাঝাৰত পদুম ফুলোৱাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে।উল্লেখযোগ্য যে ২০০% নিশ্চিত যে কোকৰাঝাৰ সমষ্টিত ৰাইজে হীৰা শৰণীয়াকে জিকাব। ‘২৪ৰ নিৰ্বাচন সন্দৰ্ভত কোকৰাঝাৰৰ সাংসদ হীৰা শৰণীয়াৰ বিস্ফোৰণ মন্ত্যব সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
