ভয়ংকৰ নাওঁ দুৰ্ঘটনা

90

গোৱালপাৰাৰ শিমলীতোলাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন ৫জনৰ ৪জনৰ মৃতদেহ উদ্ধাৰ৷

বৰ্তমানেও নিখোজ গৌৰাংগ মালাকাৰ আৰু উদয় সৰকাৰ৷

মনজিৎ সাহা, জিত মালাকাৰ, সৃজন মালাকাৰৰ মৃতদেহ উদ্ধাৰ৷

শ্মশানৰ পৰা উভতি আহোঁতে গেৰুৱা সুঁতিত সংঘটিত হয় এই দুৰ্ঘটনা৷