ভণ্ড বাবাই লুটিলে ৪লাখ টকাৰ আ-অলংকাৰ

92

ডিব্ৰুগড় জিলাৰ ডিকম নাহৰতলী গ্ৰান্ট গাঁৱৰ নিবাসী প্ৰদীপ বালমিকী নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ পৰা দুই ভণ্ড বাবাই লুটিলে ৪ লাখ টকা সোনৰ আ-অলংকা। ঘৰত কোনো নথকা সুযোগ লৈ প্ৰদীপ বালমিকী পত্নীৰ পৰা বিভিন্ন তন্ত্ৰ মন্ত্ৰৰে সোনৰ আ-অলংকা লুটি পলায়ন কৰে দুই ভণ্ড বাবাই। ইতিমধ্যে চিচি টিভিত এজন ভণ্ড বাবাৰ ধৰা পৰিছে। ভণ্ড বাবা দুজনৰ বিৰুদ্ধে ডিকম আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভূগীয়ে।