বৰমাৰ মাধৱপুৰত চাঞ্চল্যকৰ ঘটনা৷ পিতৃ-মাতৃয়ে অন্যৰ হাতত তুলি দিলে নিজৰে সদ্যোজাত পুত্ৰ সন্তান৷ নলবাৰীৰ কৈঠালকুছিত শিশুটিক বিক্ৰী কৰাৰ অভিযোগ৷ পিতৃ নৱ কলিতাই সন্তানটিক বিক্ৰীৰ অভিযোগ৷ ২৯ ছেপ্টেম্বৰত বৰমা আদৰ্শ হাস্পতালত জন্ম হৈছিল শিশুটিৰ৷ সন্তান জন্মৰ ৪৮ ঘণ্টাৰ পাছতে অন্যৰ হাতত গতাই দিয়ে শিশুটিক৷
