বৰপেটা মেডিকেল কলেজৰ কিছু কভিড আক্ৰান্ত লোকৰ নাম-কীৰ্তন

81

ষ্টাফৰিপৰ্টাৰ, কৰ’না মহামাৰী ৰ সংকটৰ সময়ত কিছু নাম কীৰ্তন কৰি সময় পাৰ কৰিছে বৰপেটা মেডিকেল কলেজৰ কিছু কভিড আক্ৰান্ত লোকে । হাতত পোৱা দুই এপদ বস্তুৰে বাদ্য যন্ত্ৰৰ ৰূপ দি সুন্দৰকৈ বজাই গৈছে নামৰ চেঁৱে চেঁৱে । এই দুৰ্দিন আৰু নিৰাশাৰ মাজতো কিছু আশাৰ সঞ্চাৰ বিচাৰি পাইছে থিয় নামৰ মাজত ।