বৰপেটা চহৰৰ এজন ক’ভিড আক্ৰান্ত লোকৰ পুনৰ মৃত্যু

93

বৰপেটা চহৰৰ এজন ক’ভিড আক্ৰান্ত লোকৰ পুনৰ মৃত্যু

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি মৃত্যু ঘটে জনাৰ্দন দাস(৭০)ৰ।

বৰপেটা চহৰৰ ২নং গলিয়া হাটীৰ বাসিন্দা আছিল মৃত জনাৰ্দন দাস।

যোৱা ২৫এপ্ৰিলৰ পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত কোৰোনা আক্ৰান্ত হৈ জনাৰ্দন দাসে চিকিৎসাধীন হৈ আছিল।

অৱশেষত আজি পুৱা ৭.৩০ বজাত চিকিৎসাধীন অৱস্থাত জনাৰ্দন দাসৰ মৃত্যু ঘটে।