বৰপেটা চহৰত আৰক্ষীৰ বিশেষ তৎপৰতা, যান বাহন আইন উলংঘা কৰা ব্যক্তিক ভৰালে জৰিমনা

82

কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে বৰপেটা চহৰৰ বিভিন্ন প্ৰান্তত তৎপৰ হৈ আছে আৰক্ষী-প্ৰশাসন। জন সমাগম ৰোধ কৰিবলৈ চহৰৰ ঠায়ে ঠায়ে ন’ এণ্ট্ৰী লগাই থোৱা পৰিলক্ষিত হৈছে।

তাৰ মাজতে কোভিড প্ৰটকল আৰু যান বাহন আইন ভংগ কৰা বাহন চালকক আজি জৰিমণা বিহিলে আৰক্ষীয়ে। কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰা এনে পদক্ষেপৰ শলাগ লৈছে বহুতে।