বৰপেটাত বাহনত EVM উদ্ধাৰক লৈ চাঞ্চল্য

113

বৰপেটাত বাহনত EVM উদ্ধাৰক লৈ চাঞ্চল্য

নিৰ্বাচন চলি থকাৰ মাজতে এখন বাহনত উদ্ধাৰ হৈছে ৯টাকৈ EVM

ৰাইজে জব্দ কৰিছে EVM কেইটা

EVMৰ সৈতে এগৰাকী নিৰ্বাচনী বিষয়াকো কৰায়ত্ব কৰিছে ৰাইজে

ভোট কেন্দ্ৰলৈ EVM কেইটা লৈ যোৱা হোৱা বুলি জনাইছিল নিৰ্বাচনী বিষয়াগৰাকীয়ে

কিন্তু ৯ বজাত কিয় EVM লৈ যোৱা হৈছে তাক লৈ সন্দেহ ৰাইজৰ

কিয়নো EVMৰ সৈতে নাছিল কোনো নিৰাপত্তাৰক্ষী

ৰাইজে ইতিমধ্যে নিৰ্বাচনী বিষয়াজনক আৰক্ষীৰ হাতত গতাই দিছে

ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৰপেটাত