ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷
ফেৰীৰ ইঞ্জিন বিকল হৈ নদীৰ মাজত আবদ্ধ মন্ত্ৰীগৰাকী৷
মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক ভূবন গাম, জিলা আয়ুক্ত কাবেৰী শৰ্মাও আছে৷
মাজুলীৰ কেৰকেৰ চাপৰিৰ বন্যাক্ৰান্তৰ খবৰ ল’বলৈ গৈছিল মন্ত্ৰীগৰাকীয়ে৷