ব্ৰহ্মপুত্ৰৰ নিখোজ হোৱা ২ যুৱকৰ এজনৰ মৃতদেহ উদ্ধাৰ।
নাৰেংগীৰ চিন্ময় পাঠক নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ SDRFৰ।
বৰ্তমানেও সন্ধান পোৱা নাই অৰ্জুন নাথ নামৰ আন জন যুৱকৰ।
দেওবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছিল ২ যুৱক।