বোকাখাটৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈৰ মনোনয়ন পত্ৰ দাখিল

55

২০২১ৰ বিধান সভা নিৰ্বাচনৰ প্ৰথম খন মনোনয়ন পত্ৰ দাখিল 

মনোনয়ন পত্ৰ দাখিল কৰিলে জিতেন গগৈয়ে ।

শোভাযাত্ৰাৰে বোকাখাতৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল 

বোকাখাতৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব জিতেন গগৈ

বোকাখাত সমষ্টিৰ পৰা মইয়ে জয়ী হ’ম-গগৈ