বেইৰুটত ভয়াৱহ বিস্ফোৰণ

68

ষ্টাফৰিপৰ্টাৰ, লেবাননৰ ৰাজধানী বেইৰুটত ভয়াৱহ বিস্ফোৰণ। এতিয়ালৈকে ৩০ জনৰো অধিক লোক নিহত হোৱাৰ তথ্য পোৱা গৈছে। উল্লেখ্য কোনে কাৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাইছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।