বেংকৰ পৰা ২৫ হাজাৰতকৈ অধিক টকা উলিয়াব নোৱাৰিব গ্ৰাহকে…

47

ডিজিটেল ডেস্ক: বেংকৰ পৰা ১৬ ডিচেম্বৰ পৰ্যন্ত মাথো ২৫ হাজাৰ টকা উলিয়াব পাৰিব গ্ৰাহকে৷ কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ ব্যক্তিগত খণ্ডৰ লক্ষ্মীবিলাস বেংক (Lakshmi Vilas Bank) টকা উলিয়াব পৰাকৈ পৰিমাণ নিৰ্ধাৰণ কৰি দিছে৷

এতিয়া পৰা বেংকটোৰ পৰা মাথো ২৫ হাজাৰ টকাহে উলিয়াব পাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে বিত্ত মন্ত্ৰালয়ে৷ উচ্চ শিক্ষাৰ মাছুল, বিবাহ আদিৰ বাবে ২৫ হাজাৰতকৈ অধিক টকা উলিয়াব পাৰিব বুলি কয় বিত্ত মন্ত্ৰালয়ে৷