বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়

363

বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে
বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয় আৰু বেকি নদীৰ গৰাখহনীয়াত প্রায় দুই শ টা পৰিয়ালৰ ঘৰ দুৱাৰ জাঁহ গৈছে, বিদ্যালয় খনৰ শৌচাগাৰ, প্ৰেচাবগাৰ বেঁকীৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিলে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মাৰ আশংকাত পৰিব।
অতি সোনকালে গৰাখহনীয়াৰ প্ৰতিৰোধৰ
কাম নকৰিলে বহু পৰিয়ালৰ
গৰাখহনীয়াৰ কবলত
পৰিব।এতিয়ালৈকে কোনো প্ৰতিনিধিয়ে খবৰ নোলোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে ৰাইজে।অতি শীঘ্ৰেই গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে৷