বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পুনৰ কৰ’না আক্ৰান্ত

71

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পুনৰ কৰ’না আক্ৰান্ত চিনাক্ত হৈছে। চিকিৎসাধীন কৰ্কট ৰোগীৰ শৰীৰত “কভিড-১৯” পজিটিভ ধৰা পৰিছে। বি বৰুৱা প্ৰতিষ্ঠানত ৰোগী-অভিভাৱকৰ প্ৰৱেশ বন্ধ কৰা হৈছে।