বিহুৰ পিছত এইবাৰ বিশ্ব অভিলেখ গঢ়িব ঝুমুৰ নৃত্যই

71

বিহুৰ পিছত এইবাৰ বিশ্ব অভিলেখ গঢ়িব ঝুমুৰ নৃত্যই।

নৱেম্বৰত সৰুসজাই ষ্টেডিয়ামত মেগা শ্ব’।

বিহুৰ নিচিনাকৈ বিশ্ব দৰবাৰত ঝুমুৰক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰে।

বিশ্ব অভিলেখ গঢ়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে।

দহ হাজাৰৰো অধিক শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ লক্ষ্য লৈছে সাংস্কৃতিক বিভাগে।