বিহুৰ আনন্দৰ মাজতে যোগীঘোপাত শোকাৱহ ঘটনা। মালবাহী ৰে’লৰ খুন্দাত এজন নিহত। যোগীঘোপাৰ চলন্তাপাৰা ৰে’ল গেটৰ সমীপত সংঘটিত হয় এই ঘটনা। মৃত লোকজন চলন্তাপাৰা চতুৰ্থ খণ্ডৰ মইনাল হ’ক ।