বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা…

72

ঘোষণা কৰা হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন।

দিল্লীত নিৰ্বাচন আয়োগে সম্বোধন কৰা সংবাদমেলত ঘোষণা নিৰ্বাচনৰ দিন।

অহা ২৮ অক্টোবৰৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৮ অক্টোবৰত, দ্বিতীয় পৰ্যায়ৰ ৩ নৱেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব।

১০ নৱেম্বৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।

উল্লেখ্য যে, ২৪৩ খন আসনৰ বাবে অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন।