বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ অঘটন। বাগমতী নদীত ডুবিল স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা নাও। নাওখনত আছিল প্ৰায় ৩০টাকৈ শিশু। সন্ধানহীন শিক্ষাৰ্থীক বিচাৰি NDRFৰ অভিযান। এইমুহূৰ্তলৈকে সন্ধানহীন ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী। সন্ধানহীন শিক্ষাৰ্থীক বিচাৰি NDRFৰ অভিযান।
Latest article
জেএছডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দাললৈ ‘দশকটোৰ ব্যৱসায়িক নেতা’ সন্মান
জেএছডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালক জেএছডব্লিউ গ্ৰুপক এক গোলকীয় প্ৰতিষ্ঠানলৈ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰিৱৰ্তনশীল নেতৃত্বৰ স্বীকৃতিস্বৰূপে পঞ্চদশ এআইএমএ মেনেজিং ইণ্ডিয়া বঁটা প্ৰদান অনুষ্ঠানত...
টাটা এআইএ লাইফে মুকলি কৰিলে মাল্টিকেপ মমেণ্টাম কোৱালিটী ইণ্ডেক্স পেঞ্চন ফাণ্ড
অৱসৰৰ পৰিকল্পনা এতিয়া কেৱল নিষ্ঠাৰে আপোনাৰ ধন সঞ্চয় কৰাতে সীমাৱদ্ধ নহয়- এয়া হৈছে নতুন প্ৰজন্মৰ আশা-আকাংক্ষা বজাই ৰখাৰ বাবে বুদ্ধিমত্তাৰে বিনিয়োগ কৰা। আজিৰ সময়ত...
এডভাণ্টেজ অসম ২.০ত অংশগ্ৰহণ কৰিব টাটা পাৱাৰৰ চিইঅ’ তথা এমডি ড° প্ৰবীৰ সিনহাই
দেশৰ শক্তি খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান টাটা পাৱাৰে ২৫–২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভাণ্টেজ অসম ২.০ত চিইঅ’ তথা এমডি ড০ প্ৰবীৰ সিনহাই অংশগ্ৰহণ কৰাৰ কথা সদৰি...