বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ নীতিশ কুমাৰৰ

52

ডিজিটেল ডেস্ক: বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহন নীতিশ কুমাৰৰ। সোমবাৰে পাটনাত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নীতিশ কুমাৰৰ লগতে আন ৮ বিধায়কে মন্ত্ৰী হিচাপে শপত লয়।

বিজেপি আৰু জেডিইউৰ পৰা তিনিগৰাকীকৈ বিধায়কে মন্ত্ৰীপদৰ শপত লয় আজি। আনহাতে, ভিআইপি আৰু হাম দলৰ পৰা এগৰাকীকৈ সদস্যক মন্ত্ৰিত্ব প্ৰদান কৰা হয়।