বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগ…

65

ডিজিটেল ডেস্ক: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ অৰ্পন কৰে।

কেবিনেট বৈঠকত বিহাৰৰ বিধানসভা ভংগৰ অনুমতি লাভ কৰাৰ পাছতে পদত্যাগ কৰে নীতিশ কুমাৰে।

ইফালে আজি অনুষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে দীপাৱলীৰ পাছতহে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হব সেয়া বাচনি কৰা হব।