বিশ্বৰ শক্তিশালী পাছপ’ৰ্ট ২০২৪ৰ তালিকা প্ৰকাশ

103

বিশ্বৰ শক্তিশালী পাছপ’ৰ্ট ২০২৪ৰ তালিকা প্ৰকাশ।

বিশ্বৰ শক্তিশালী পাছপ’ৰ্ট ২০২৪ৰ তালিকাত ৮২ নম্বৰ স্থানত আছে ভাৰতৰ পাছপ’ৰ্ট।

ভিছা অবিহনে কেৱল পাছপ’ৰ্টৰ জৰিয়তে ৫৮খন দেশলৈ যাত্ৰা কৰিব পাৰিব ভাৰতীয় নাগৰিকে।

ভিছা অবিহনে কেৱল পাছপ’ৰ্টৰ জৰিয়তে ভ্ৰমণ কৰিব পাৰিব ইণ্ডোনেছিয়া, মালয়েছিয়া, থাইলেণ্ড।

বিশ্বৰ শক্তিশালী পাছপ’ৰ্ট ২০২৪ৰ তালিকাৰ শীৰ্ষত আছে চিংগাপুৰ।

বিশ্বৰ শক্তিশালী পাছপ’ৰ্ট ২০২৪ৰ তালিকাৰ দ্বিতীয় স্থানত আছে ফ্ৰান্স, ইটালী, জাৰ্মানী, স্পেইন আৰু জাপান।

বিশ্বৰ শক্তিশালী পাছপ’ৰ্ট ২০২৪ৰ তালিকাৰ তৃতীয় স্থানত আছে অষ্ট্ৰিয়া, ফিনলেণ্ড, আয়াৰলেণ্ড, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, দক্ষিণ কোৰিয়া, আৰু ছুইডেন।