উত্তৰ-পূৱ বিশ্বনাথ মহাবিদ্যালয় চৌহদত অঘটন By Dipshikha - August 3, 2024 84 FacebookPinterestWhatsAppPrint বিশ্বনাথ মহাবিদ্যালয় চৌহদত অঘটন। মহাবিদ্যালয় চৌহদত দাও দাওকৈ জ্বলিল ৰখাই থোৱা বলেৰ’ বাহন। মহাবিদ্যালয়ৰ অধ্যক্ষৰ বাসগৃহলৈ গাড়ীখনৰ গৰাকী প্ৰকাশ উপাধ্যায়ে লৈ আহিছিল। অধ্যক্ষৰ ঘৰত প্ৰৱেশ কৰাৰ পিছতে জ্বলি উঠিল গাড়ীখন। গাড়ীখনৰ নম্বৰ As32A 5899। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...